/asomiyapratidin/media/media_files/2025/10/18/ujjjjdd-2025-10-18-11-33-57.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে অসমক পুনৰ জোকাঁৰি গল ভূমিকম্পই। অৱশ্যে এই ভূমিকম্পটোৰ প্ৰাৱল্য খুবেই কম। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ২.৭। ভূমিকম্পটোৰ অভিকেন্দ্ৰ কাছাৰ জিলাৰ ১০কিলোমিটাৰ গভীৰত বুলি সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/18/g3f3pncxuaa7ylf-2025-10-18-11-35-44.png)
উল্লেখ্য কৰা প্ৰয়োজন যে, বিগত এটা বছৰৰ পৰা উত্তৰ পূব তথা অসমত বৃদ্ধি পাইছে ভূমিকম্পৰ সংখ্যা। বিগত ৯মাহত প্ৰায় ১৮০টা ভূমিকম্পই জোকাৰি গৈছে অসমক। ইয়াৰ ভিতৰত অসম, অৰুণাচল আৰু মণিপুৰক সৰ্বাধিক ভূমিকম্পই জোকাঁৰি গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us