New Update
/asomiyapratidin/media/media_files/2025/10/04/assaass-2025-10-04-12-20-39.jpg)
- অসমত ভূমিকম্পৰ মৃদু জোকাৰণি।
- ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১
- দিনৰ ১১.২৯ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/04/07e0ad4d-924a-461c-9dbf-bfc8ef83c322-2025-10-04-12-23-28.jpg)
- ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গুৱাহাটীৰ পৰা ১৯কিলোমিটাৰ নিলগত।
- কোনো লোক হতাহতি হোৱাৰ খবৰ অহা নাই এতিয়ালৈকে।
- কোনোধৰণৰ ক্ষয় ক্ষতিও হোৱা নাই ভূমিকম্পত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us