জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক সন্মিলন সম্পন্ন

উত্তৰ- পূৰ্বাঞ্চলৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অসম ডাউন টাউন বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ উদ্যোগত অনুষ্ঠিত হৈ যায়- বৈজ্ঞানিক, প্ৰযুক্তি, উদ্ভাৱন আৰু গ্ল'বেল স্বাস্থ্য তথা স্থায়িত্বৰ নীতি সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন।

author-image
Asomiya Pratidin
New Update
down town

ডিজিটেল ডেস্ক : উত্তৰ- পূৰ্বাঞ্চলৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অসম ডাউন টাউন বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ উদ্যোগত অনুষ্ঠিত হৈ যায়- বৈজ্ঞানিক, প্ৰযুক্তি, উদ্ভাৱন আৰু গ্ল'বেল স্বাস্থ্য তথা স্থায়িত্বৰ নীতি সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন। চমুকৈ ICSTIP-2025।

এই অনুষ্ঠানটিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰে উদ্যোক্তা তথা বিষয়ববীয়াসকলে। সন্মিলনখনত উপস্থিত আছিল উপাচাৰ্য ডঃ এন. এন. দত্তৰ পোলেণ্ড, ফিলিপিনছ, মালেছিয়া আৰু অন্যান্য কেইবাখনো দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকল।

ডাউন টাউন বিশ্ববিদ্যালয়