New Update
/asomiyapratidin/media/media_files/2026/02/27/new-ap-web-11-2026-02-27-13-47-09.jpg)
- ওড়িশাত ৰহস্যজনকভাৱে অসমৰ চিকিৎসকৰ মৃত্যু
- কটকত সন্দেহজনক অৱস্থাত উদ্ধাৰ চিকিৎসকগৰাকীৰ মৃতদেহ
- মৃত চিকিৎসকগৰাকী মৰিগাঁৱৰ ৰোহন কাকতী
- ওড়িশাত ফিজিঅ' থেৰাপিষ্ট হিচাপে ৰোহন কৰ্মৰত আছিল
- ২৫ ফেব্ৰুৱাৰীত অসমৰ পৰা ওড়িশালৈ গৈছিল ৰোহন
- ৰোহনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us