/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/48a254ea-ea3b-4a14-ac7f-49530bbfbcee/15.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ দিল্লীত আত্মহত্যা অসমৰ দম্পত্তিৰ। কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত সোণাপুৰৰ নিৱাসী তথা ভাস্কৰ ডেকা কৰ্মসূত্ৰে বিগত কেইমাহমানৰ পৰা পত্নীৰ সৈতে দিল্লীত বাস কৰি আছিল।শনিবাৰে হঠাতে পত্নীয়ে পৰিয়ালক ভাস্কৰৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। পৰৱৰ্তী সময়ত পত্নীয়েও নিজেও চৰম পন্থা লয়।
দম্পত্তিৰ মৃত্যুৰ পাছত উপায়হীন ভাস্কৰৰ পৰিয়াল কমলপুৰ আৰক্ষীৰ কাষ চাপিছে। উল্লেখ্য যে, ভাস্কৰ ডেকাই তেওঁৰ প্ৰথমা পত্নী সহ পুত্ৰক এৰি দ্বিতীয় পত্নীৰ সৈতে দিল্লীত বাস কৰি আছিল।
Also Read: উৰিয়ামঘাটত ১০লক্ষাধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us