লোকসেৱা ভৱনত চৰকাৰৰ কেবিনেট বৈঠকঃ কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল?

এতিয়াৰে পৰা DTOৰ কাৰ্যালয়ত দিয়া নহয় চালকৰ অনুজ্ঞা পত্র...

author-image
Asomiya Pratidin
New Update
াীূ

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ১০ মাৰ্চত বাজেট দাখিলৰ পূৰ্বে লোকসেৱা ভৱনত আজি চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে জনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

আজি ৰাজ্যিক কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-

  • চালক প্রশিক্ষণ কেন্দ্রই দিব চালকৰ অনুজ্ঞা পত্র
  • এতিয়াৰে পৰা DTOৰ কাৰ্যালয়ত দিয়া নহয় অনুজ্ঞা পত্র
  • ১২৬খন ড্ৰাইভিং স্কুল খোলাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
  • কোকৰাঝাৰ বিশ্ববিদ্যালয় আইনৰ সংশোধন
  • পশু আৰু মীন বিশ্ববিদ্যালয়ৰ আইন সংশোধন
  • চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব মেডিকেল শিক্ষাৰ প্রৱেশ পৰীক্ষা
  • মাজুলী আৰু শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্র পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ
ড০ হিমন্ত বিশ্ব শৰ্মা