/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b7916519-023c-495c-a87a-05bfe1380029/bjpp.jpg)
bjp
২০২৬ ৰ বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাত ব্যাপক সালসলনি
আগষ্টত সম্প্ৰসাৰণ হব মন্ত্ৰীসভা
৬ খন নতুন মুখে মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা
মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে পল্লৱলোচন দাসে
সলনি হব পাৰে ৰাজ্যিক বিজেপিৰ সভাপতি
ভৱেশ কলিতা অন্তৰ্ভুক্ত হব পাৰে মন্ত্ৰী সভাত
ৰাজ্যসভাৰ সাংসদ হব পাৰে চন্দ্ৰমোহন পাটোৱাৰী
উজনিৰ পৰা ৰূপেশ গোৱালা,সুশান্ত বৰগোহাঁইৰ নাম উচ্চাৰিত
মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৪গৰাকী মন্ত্ৰী
আঁতৰিব পাৰে নন্দিতা গাৰ্লোচা,সঞ্জয় কিষাণ
পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতি হব পাৰে যোগেন মহন।
Also Read: বৰডুমচাত NSCN কেডাৰৰ আত্মসমৰ্পণ