মনোজ ধানোৱাৰৰ নেতৃত্বত  ৰাজ্যিক আপৰ নতুন কমিটী গঠন...

মনোজ ধানোৱাৰৰ নেতৃত্বত  ৰাজ্যিক আপৰ সম্প্ৰসাৰণ এজন উপ সভাপতি, ৮ জন সাংগঠনিক সম্পাদক আৰু ১৩ গৰাকী যুটীয়া সাংগঠনিক সম্পাদকৰে সম্প্ৰসাৰণ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বৰ নতুন কমিটী। নতুনকৈ অন্তৰ্ভুক্ত এজন উপ সভাপতি

author-image
Asomiya Pratidin
New Update
dddddddddddddd
  • মনোজ ধানোৱাৰৰ নেতৃত্বত  ৰাজ্যিক আপৰ সম্প্ৰসাৰণ
  • এজন উপ সভাপতি, ৮ জন সাংগঠনিক সম্পাদক আৰু ১৩ গৰাকী যুটীয়া সাংগঠনিক সম্পাদকৰে সম্প্ৰসাৰণ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বৰ নতুন কমিটী।
  • নতুনকৈ অন্তৰ্ভুক্ত এজন উপ সভাপতি
  • উপ সভাপতি পদত নিযুক্ত ঋষিৰাজ কৌণ্ডিন্য 
  • শোণিতপুৰ লোকসভাৰ আপৰ প্ৰাৰ্থী আছিল কৌণ্ডিন্য
  •  ৮  সাংগঠনিক, ১৩ যুটীয়া সাংগঠনিক সচিবৰ অন্তৰ্ভুক্তি
  • ৰাজ্যিক সাংগঠনিক সম্পাদক পদত বল্লভ পাত্ৰ
  • দিলীপ হাজৰিকা, আখতাৰুল ইছলাম হাজৰিকা
  • জয়ন্ত শইকীয়া, দিব্যজ্যোতি শৰ্মা, মহাবীৰ বাস্কে
  • নতুনকৈ নিযুক্ত ভৈৰৱ গগৈ, ফুডিং তেৰাং
  •  যুটীয়া সাংগঠনিক সম্পাদক পদত অনন্ত গগৈ, যুগান্ত বৰা
  • ড০ দেবব্ৰত গগৈ, ড০ ইব্বত আলি, ৰামা পৰিহাৰ
  • আপৰ সম্প্ৰসাৰিত কমিটীত অন্তৰ্ভুক্ত মহিউদ্দিন ছিদ্দিকী
  • বিপ্লৱ দাস, আমিৰ হুছেইন, নুৰুল হাছান 
  • যুটীয়া সাংগঠনিক সম্পাদক কৃষ্ণ ৰবি দাস, নেংবই হেংমা
  • আব্দুল মজিদ, ছাইদুৰ ৰহমানকো অন্তৰ্ভুক্তি 
মনোজ ধানোৱাৰ