অসম প্ৰকাশন পৰিষদৰ ২০২৫বৰ্ষৰ সাহিত্য বটাঁ ঘোষণা...

অসম প্ৰকাশন পৰিষদৰ ২০২৫বৰ্ষৰ সাহিত্য বটাঁ ঘোষণা এইবাৰ প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা লাভ কৰিছে দীপক কুমাৰ বৰকাকতিয়ে। বঁটাৰ সৈতে আছে ৫লাখ টকা। ' উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছে বৰকাকতিয়ে।

author-image
Asomiya Pratidin
New Update
ddfdffd
  • অসম প্ৰকাশন পৰিষদৰ ২০২৫বৰ্ষৰ সাহিত্য বটাঁ ঘোষণা
  • এইবাৰ প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা লাভ কৰিছে দীপক কুমাৰ বৰকাকতিয়ে।
  • বঁটাৰ সৈতে আছে ৫লাখ টকা।
  • 'ঐশ্বৰ্য' নামৰ উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছে বৰকাকতিয়ে।
  • গ্ৰন্থখনৰ প্ৰকাশক বান্ধৱলৈ অসম প্ৰকাশন পৰিষদৰ প্ৰকাশক বঁটা।
  • এই বঁটাত আছে ৩লাখ টকা।
  • এক সংবাদমেলযোগে প্ৰকাশন পৰিষদে ঘোষণা কৰে বঁটা প্ৰাপকৰ নাম।
অসম প্ৰকাশন পৰিষদ