/asomiyapratidin/media/media_files/2025/10/29/74-2025-10-29-10-43-03.jpg)
ডিজিটেল সংবাদ, কামপুৰ : মঙলবাৰৰ সন্ধিয়াৰ ভাগত প্ৰকৃতিপ্ৰেমী ধৰনী শইকীয়াই কামপুৰৰ বৰঘাট গাঁৱৰ কিৰণ জ্যোতি বৰাৰ সহযোগত বৰঘাট লালুং গাঁৱৰ গজেন পাটৰ ঘৰৰ পৰা এটা এছিয়ান পাম চিভেট উদ্ধাৰ(বগা জহামল) উদ্ধাৰ কৰে । উল্লেখ্য যে IUCN মতে এই প্ৰজাতিৰ জহামল অতি দুস্পাপ্য আৰু কেতিয়াবাহে ইয়াক লগ পোৱা যায়।
ইতিমধ্যে জহামলটোক ধৰনী শইকীয়া পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাই থকা বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us