কাৰ হাতলৈ এছিয়া কাপ ! ফাইনেলত পাকিস্তান আৰু শ্ৰীলংকাৰ মহাৰণ...

author-image
Asomiya Pratidin
New Update
কাৰ হাতলৈ এছিয়া কাপ ! ফাইনেলত পাকিস্তান আৰু শ্ৰীলংকাৰ মহাৰণ...

sl vs pak

ডিজিটেল ডেস্কঃ মৰুৰ দেশ ডুবাইত অনুষ্ঠিত হৈছে এছিয়া কাপ । দেওবাৰে শ্ৰীলংকা আৰু পাকিস্তানৰ ফাইনেল মেচ। টছত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে জয় লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়।

Advertisment

বাতৰি লিখা পৰলৈ শ্ৰীলংকাই ৫ টা উইকেটৰ ব্য়বধানত ৯০ ৰাণ সংগ্ৰহ কৰিছে। অন্যহাতে পাকিস্তানৰ বলাৰ হৰিশ ৰোফে ২ অভাৰত ১১ ৰাণৰ বিনিময়ত ২ টা উইকেট দখল কৰিছে।

asia cup22 sri lanka vs pakistan