বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক অৰূপ মান্নালৈ ড° ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা...

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক অৰূপ মান্নালৈ ২০২৫ বৰ্ষৰ ড° ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা। এই বঁটা লাভ কৰি নিজকে ধন্য হোৱা বুলি মন্তব্য কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। বিগত ৪৭ বছৰ ধৰি অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে অৰূপ মান্না

author-image
Asomiya Pratidin
New Update
arup manna new ap web 11-11-24 new 2
  • বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক অৰূপ মান্নালৈ ২০২৫ বৰ্ষৰ ড° ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা
  • এই বঁটা লাভ কৰি নিজকে ধন্য হোৱা বুলি মন্তব্য কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে
  • বিগত ৪৭ বছৰ ধৰি অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে অৰূপ মান্না
  • ইতিমধ্যে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মান্না
  • অৰূপ মান্নাৰ ‘আইদেউ সন্দিকৈ’ শীৰ্ষক অসমীয়া ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিছে সমাদৰ
চলচ্চিত্ৰ নিৰ্মাতা