অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণ

দহোটীয়াৰ সৈতে আত্মসমৰ্পণ  কৰা আলফা (স্বা) ৰ আনজন সদস্যৰ নাম ফান্সিচ অসম

author-image
Asomiya Pratidin
New Update
new ap web 2 (30)

 ডিজিটেল ডেস্কঃ  

  • আলফা (স্বা) ৰ নেতা অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণ

  • দহোটীয়াৰ  সৈতে তেওঁ এজন দেহৰক্ষীয়ে আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে

  • ভাৰত-ম্যানমাৰ সীমান্তত আত্মসমৰ্পণ  কৰিছে বুলি এক সূত্ৰত প্ৰকাশ 

  • সূত্ৰটোৰ মতে তেওঁক লৈ যোৱা হ'ব দিল্লীলৈ 

  • অসম ৰাইফলছৰ  ওচৰত আত্মসমৰ্পণ  কৰিছে বুলি জানিব পৰা গৈছে 

  • দহোটীয়াৰ সৈতে আত্মসমৰ্পণ  কৰা আলফা (স্বা) ৰ আনজন সদস্যৰ নাম ফান্সিচ অসম 

  • অসম আৰক্ষী আৰু অসম ৰাইফলছৰ কৰ্তৃপক্ষই আনুষ্ঠিক ভাৱে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই 

আলফা (স্বা)