/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5fb7f94d-d3a8-42f7-9703-a74b8bb68c50/20d15778_cdba_4e39_bd20_c09a162622f3.jpg)
-
অৰুণাচলত বিজেপিৰ জয় জয় ময় ময় অৱস্থা।
-
পুনৰ ৰাজ্যখনত ৪খন আসনত জয়ী হল বিজেপি।
-
পূৰ্বৰ ১০খনৰ সৈতে এতিয়ালৈকে ১৪খন আসনত বিজয় সাব্যস্ত বিজেপিৰ।
-
১৪খন আসনত জয়ী হোৱাৰ উপৰিও আৰু ৩১খন আসনত আগবাঢ়ি আছে বিজেপি।
-
ইফালে ১খন আসনত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী।
-
মুঠ ৪৫আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে।
-
উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ পূৰ্বতেই বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি ১০খন আসনত বিজয় সাব্যস্ত কৰিছিল।
-
এন পি ই পি দল আগবাঢ়ি আছে ৬খন আসনত।
-
পি পি এ আৰু এন চি পি দল ৩-৩খন আসনত অগ্ৰগতি লাভ কৰি আছে।