New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
- পুনৰ কৃত্ৰিম বানত বুৰ গ'ল মহানগৰীৰ ভিন্ন প্ৰান্ত
- পুৱাৰে পৰা অহা মুষলধাৰ বৰষুণে বুৰালে বাট-পথ
- কৃত্ৰিম বানত বিপৰ্যস্ত মহানগৰবাসীৰ জীৱন যাত্ৰা
- জলমগ্ন যোৰাবাটত পানীত আবদ্ধ বাহন
- ২৭ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বান
- চানমাৰি, কাহিলীপাৰা, হাতীগাওঁ, নবীন নগৰত কৃত্ৰিম বান
- জলমগ্ন ৰুক্মিণীগাঁও, জটিয়া, বেলতলা আদি অঞ্চল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us