ওৰে নিশা জেৰা! অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল অভিনেত্ৰী নন্দিনীক...

অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপক। যান-বাহন আৰক্ষীত ৰুজু হোৱা এক গোচৰত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। ওৰে নিশা পাণবজাৰ মহিলা আৰক্ষী

author-image
Asomiya Pratidin
New Update
new ap web 1 (7)

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপক। যান-বাহন আৰক্ষীত ৰুজু হোৱা এক গোচৰত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। ওৰে নিশা পাণবজাৰ মহিলা আৰক্ষী থানাত জেৰা চলোৱা হৈছিল অভিনেত্ৰীগৰাকীক।

অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সংযোজিত ধাৰাৰ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।  উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৫জুলাই মহানগৰীৰ দক্ষিণ গাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত নন্দিনীৰ বাহনে খুন্দা মাৰিছিল এগৰাকী যুৱকক। সেই যুৱকগৰাকীৰ ২৯জুলাইত মৃত্যুৰ পাছতে আটক কৰা হৈছিল অভিনেত্ৰীগৰাকীক।

পথ দুৰ্ঘটনা