বেজৰ নাকতে খৰ! ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এনফৰ্চমেন্ট বিষয়া...

বশিষ্ঠ আৰক্ষীৰ জালত এনফৰ্চমেণ্ট অফিচাৰ অবৈধ ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ  এনফৰ্চমেণ্ট অফিছাৰ নব ডেকা যোৰবাট , ১৪ মাইল আৰু খানাপাৰাৰ পৰা অবৈধভাবে শিল , বালি , মাটি কঢ়িওৱা ট্ৰাক , ডাম্পাৰৰ পৰা সংগ্ৰহ কৰিছিল ধন 

author-image
Asomiya Pratidin
New Update
1608ac51-24fe-47ee-bfbd-9388684b4ce3
  • বশিষ্ঠ আৰক্ষীৰ জালত এনফৰ্চমেণ্ট অফিচাৰ
  • অবৈধ ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ  এনফৰ্চমেণ্ট অফিছাৰ নব ডেকা
  • যোৰবাট , ১৪ মাইল আৰু খানাপাৰাৰ পৰা অবৈধভাবে শিল , বালি , মাটি কঢ়িওৱা ট্ৰাক , ডাম্পাৰৰ পৰা সংগ্ৰহ কৰিছিল ধন 
  • এই সন্দৰ্ভত বশিষ্ঠ থানাত ৰুজু হৈ আছিল দুটা গোচৰ
  • একেটা অভিযোগত আন পাছ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
  • গ্ৰেপ্তাৰ হোৱা এনফৰ্চ মেণ্ট অফিচাৰ জন বেটকুছিস্থিত পৰিবহণ বিভাগৰ কার্যলয়ত কৰ্মৰত
  • প্ৰকৃত ঘৰ নলবাৰীত যদিও হাতীগাঁওত ভাৰাঘৰত থাকে বিষয়াজন
  • দীৰ্ঘদিনে অবৈধ ধন সংগ্ৰহৰ অভিযোগৰ পিছত আৰক্ষীয়ে নিজাকৈ ৰুজু কৰা গোচৰত গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ হোৱা আন কেইজন ক্ৰমে সৌৰভ ৰংপি , কুলেন ৰংপি , নাজিৰউদ্দিন আহমেদ , বিপুল ইংতি আৰু নংকুৰ
গুৱাহাটী