New Update
/asomiyapratidin/media/media_files/2025/02/21/jSPWXuE1WsfbzRzv9FH2.jpg)
- অনিয়মেৰে APSC উত্তীৰ্ণ হোৱা বিষয়াৰ চাকৰি বাহাল থাকিব
- ৰাজ্য চৰকাৰৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ
- সময়ত সঠিক শপতনামা দাখিল কৰিব নোৱৰাৰ বাবেই মুখথেকেচা চৰকাৰৰ
- বৰ্খাস্ত কৰাৰ পিছতো চৰকাৰৰ ভুলৰ বাবে চাকৰি ঘূৰাই পাইছিল ৰাজপত্রিত বিষয়াই
- উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে চৰকাৰী বৰ্খাস্তকৰণত স্থগিতাদেশ জাৰি কৰিছিল
- এজনীয়া বিচাৰপীঠক প্রত্যাহ্বান জনাই চৰকাৰে খণ্ড বিচাৰপীঠত দাখিল কৰিছিল আবেদন
- বৃহস্পতিবাৰে খণ্ড বিচাৰপীঠে চৰকাৰৰ আবেদন খাৰিজ কৰে