New Update
/asomiyapratidin/media/media_files/2026/02/16/apsccc654-2026-02-16-19-41-33.jpg)
- ঘোষণাৰ কিছুসময়ৰ পাছতেই ফলাফল বাতিল APSC সংযুক্ত পৰীক্ষাৰ।
- APSCৰ সংযুক্ত পৰীক্ষাৰ ফলাফল বাতিল অসম লোকসেৱা আয়োগৰ।
- ফলাফল বাতিলৰ বিবৃতি জাৰি কৰিছে লোকসেৱা আয়োগে।
- ২৮৮টা বিভিন্ন পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা
- ঘোষণা কৰা ফলাফলত ক্ৰুটি থকা বুলি বিবৃতিত উল্লেখ কৰে আয়োগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us