পুনৰ ঘোষণা APSCৰ সংযুক্ত পৰীক্ষাৰ ফলাফল

পুনৰ ঘোষণা APSCৰ সংযুক্ত পৰীক্ষাৰ ফলাফল। অসম লোকসেৱা আয়োগে ঘোষণা কৰিছে এই ফলাফল।

author-image
Asomiya Pratidin
New Update
SPODKIFPOFKDLKFDF
  • পুনৰ ঘোষণা APSCৰ সংযুক্ত পৰীক্ষাৰ ফলাফল
  • অসম লোকসেৱা আয়োগে ঘোষণা কৰিছে এই ফলাফল
  • সোমবাৰে ঘোষণা কৰা ফলাফল শেষ মুহূৰ্তত কৰিছিল বাতিল
  • মুঠ ২৮৮টা পদৰ বাবে অনুষ্ঠিত হৈছিল সংযুক্ত পৰীক্ষা
  • তালিকাত সংযোজিত হ’ল মৰাণ আৰু মটক জনগোষ্ঠীৰ দুগৰাকীকৈ প্ৰাৰ্থী
  • উত্তীৰ্ণ হৈছে  মৰাণ জনগোষ্ঠীৰ  অমিত কুমাৰ চুতিয়া, ৰোহিত মৰাণ
  • মটক জনগোষ্ঠীৰ  উত্তীৰ্ণ প্ৰাৰ্থী দুগৰাকী সুস্মিতা গগৈ আৰু কাবেৰী দত্ত
apsc