/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/apsc_office_pic.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা কম্বাইনড কম্পিটিটিভ একজামিনেশ্যন, ২০১৬ৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। বিভিন্ন বিভাগৰ মুঠ ২০৫ টা পদৰ বাবে অনুষ্ঠিত কৰা হৈছিল এই পৰীক্ষা।
একাধিক বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ অন্তত নৱ-নিযুক্ত অধ্যক্ষৰ কাৰ্যকালত অনুষ্ঠিত এই পৰীক্ষাই ৰাজ্যবাসীৰ মাজত যথেষ্ট আশা জগাই তুলিছিল। অৱশেষত প্ৰায় সময়মতে আয়োগে ফলাফল ঘোষণা কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে।
•আজি ঘোষণা কৰা আয়োগৰ উক্ত পৰীক্ষাৰ ফলাফল চাবলৈ তলৰ নীলা ৰঙৰ শাৰীটোত ক্লিক কৰিব পাৰে। উক্ত লিংকত ক্লিক কৰি ডাউনলোডো কৰিব পাৰিব সম্পূৰ্ণ ফলাফল।
⇒Click: অসম লোকসেৱা আয়োগৰ Combined Competitive Examination, 2016ৰ ফলাফল
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/67cbvvnapsc.jpg)