আই পি অ’ পুনৰুজ্জীৱিত কৰাৰ বাবে ১.৪ লাখ কোটি টকাৰ অনুমোদন

ভাৰতৰ আই পি অ’ বজাৰ পুনৰুজ্জীৱিত কৰাৰ বাবে ধাৰ্য কৰা হৈছে ১.৪ লাখ কোটি টকা। ইতিমধ্যে আই পি অ’ সংগ্ৰহৰ বাবে ৬৮টা প্ৰতিষ্ঠানক দায়িত্ব প্ৰদান কৰা হৈছে

author-image
Asomiya Pratidin
New Update
আই পি অ'

ডিজিটেল ডেস্ক : ভাল খবৰ। ভাৰতৰ আই পি অ’ বজাৰ পুনৰুজ্জীৱিত কৰাৰ বাবে ধাৰ্য কৰা হৈছে ১.৪ লাখ কোটি টকা। ইতিমধ্যে আই পি অ’ সংগ্ৰহৰ বাবে ৬৮টা প্ৰতিষ্ঠানক দায়িত্ব প্ৰদান কৰা হৈছে। ইয়াৰ বাবে ছেবিয়ে ৯৫ হাজাৰ কোটি টকাৰ অনুমোদন জনাইছে।

Advertisment

বিশেষজ্ঞসকলৰ মতে, চলিত বৰ্ষৰ মে’ মাহত আই পি অ’ৰ কাৰ্যকলাপত কিছু উত্থান ঘটিছে। যাৰ বাবে কোম্পানীসমূহে আই পি অ’ প্ৰস্তুত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

economy