অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি। এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।

author-image
Asomiya Pratidin
New Update
new ap web cong assam
  • অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি।
  • এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।
  • এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণু গোপালে জাৰি কৰিছে নিৰ্দেশনা।
  • নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়াসকল ক্ৰমে-
  • পলাশ পৱন শইকীয়া, দিপাংকৰ বৰা আৰু জনচন চাংমা।
কংগ্ৰেছ