/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fe27ba96-7426-4c67-8773-132e888a87fa/b5d655a7-c4e7-496e-8099-0a063f0c932b.jpg)
-
UPSCৰ নতুন অধ্যক্ষ নিযুক্তি
-
প্ৰীতি চোদান হ'ব নতুন অধ্যক্ষ।
-
১আগষ্ট ২০২৪ৰ পৰা এই দায়িত্ব লব তেওঁ
-
প্ৰীতি চোদান ১৯৮৩বেটচৰ আই এছ বিষয়া।
-
২০২৫ৰ এপ্ৰিলৰ লৈকে ইউ পি এছ চিৰ অধ্যক্ষ হৈ থাকিব তেওঁ
-
পূৰ্বতে তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
UPSCৰ অধ্যক্ষ হোৱা চোদান হ'ল দ্বিতীয়গৰাকী মহিলা।