New Update
/asomiyapratidin/media/media_files/2025/05/25/CJbgWgbeG1GpBqqtVVEy.jpg)
- অসম কংগ্ৰেছৰ দুই প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ নেতাক গধুৰ দায়িত্ব অৰ্পন কেন্দ্ৰীয় নেতৃত্বৰ।
- ৰিপুন বৰা আৰু আব্দুল খালেকক পৰ্যবেক্ষক হিচাপে নিযুক্তি।
- সংগঠন সৃজন অভিযানৰ বাবে মধ্যপ্ৰদেশৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি এই দুই নেতাক।
- ৰাষ্ট্ৰীয় সভাপতিয়ে নিযুক্তি দিয়ে দুয়োগৰাকী সাংসদক।
- মধ্যপ্ৰদেশৰ বাবে ৫০গৰাকী আৰু হাৰিয়ানাৰ বাবে ২১গৰাকী পৰ্যবেক্ষক নিযুক্তি দিছে কংগ্ৰেছে।
- প্ৰত্যোকগৰাকী পৰ্যবেক্ষকে একো একোখন জিলালৈ গৈ সংগঠনৰ সন্দৰ্ভত পৰিস্থিতি বুজ লব।
- তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তেওলোকক দায়িত্ব অৰ্পন কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে।