New Update
/asomiyapratidin/media/media_files/2026/02/26/new-ap-2026-02-26-09-37-59.jpeg)
- APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ।
- ৩৬ ঘণ্টাৰ বাবে ব্যাহত থাকিব APDCLৰ অনলাইন সেৱা।
- ARMS, My Bijulee, Bijulee Bandhu পৰ্টেল বন্ধ থাকিব।
- ৩৬ ঘণ্টাৰ বাবে অস্থায়ী ভাৱে বন্ধ ৰাখিব এই সেৱা।
- গ্ৰাহকক পৰ্যাপ্ত ধন জমা ৰখাৰ আহ্বান APDCLৰ।
- কাৰিকৰী কিছু বিজুতিৰ বাবে এই সেৱা বন্ধ থাকিব।
- ২৮ফেব্ৰুৱাৰীৰ পৰা ২মাৰ্চলৈকে বন্ধ থাকিব এ পি ডি এলৰ অনলাইন সেৱা।
- ২৮ফেব্ৰুৱাৰীৰ নিশা ৯বজাৰ পৰা ২মাৰ্চৰ পুৱা ৯বজালৈকে বন্ধ থাকিব এই সেৱা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us