অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামিম সৰকাৰক গ্ৰেপ্তাৰ।
ভঙাগড় আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছে চামিম সৰকাৰক।
যুৱতী অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সম্পাদকগৰাকীক।
চাপৰৰ পৰা উদ্ধাৰ কৰা হৈচে অপহৃত যুৱতীগৰাকী।
প্ৰেম চালনাৰে যুৱতীক অপহৰণ কৰাৰ অভিযোগ চামিম সৰকাৰৰ বিৰুদ্ধে।
পূৰ্বেও ধন লৈ ৰাজহুৱা স্থানত মহিলাৰ োষত পৰিছিল চামিম।
সৰকাৰৰ বিৰুদ্ধে চাকৰিৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে ।