New Update
/asomiyapratidin/media/media_files/2026/01/20/apccnewjkjfskdjjdf-2026-01-20-19-00-57.jpg)
- কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন জমা দিয়াৰ সময় বৃদ্ধি।
- দলৰ মুখ্য কাৰ্যালয়ত প্ৰাৰ্থিত্ব বিচাৰি আবেদন জমা দিয়াৰ সময় বৃদ্ধি কৰা হৈছে।
- ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে আবেদন জমা দিয়াৰ সময়।
- অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ এই সিদ্ধান্ত গ্ৰহণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us