অসুস্থ বিশিষ্ট কবি অনুভৱ তুলসীঃ সংকটজনক অৱস্থাত জি এন আৰ চিত চিকৎসাধীন

বিশিষ্ট কবি অনুভৱ তুলসী অসুস্থ।আজি পুৱাৰ ভাগত ষ্ট্ৰোকত আক্ৰান্ত হয় বিশিষ্ট কবিগৰাকী। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰে মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত।

author-image
Asomiya Pratidin
New Update
অসুস্থ বিশিষ্ট কবি অনুভৱ তুলসীঃ সংকটজনক অৱস্থাত জি এন আৰ চিত চিকৎসাধীন
  • বিশিষ্ট কবি অনুভৱ তুলসী অসুস্থ।
  • আজি পুৱাৰ ভাগত ষ্ট্ৰোকত আক্ৰান্ত হয় বিশিষ্ট কবিগৰাকী।
  • পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰে মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত।
  • পাছত সংকটজনক অৱস্থাত তেওঁক লৈ অনা হয় জি এন আৰ চিলৈ।
  • কবিগৰাকীৰ আশু আৰোগ্য কামানা গুণমুগ্ধৰ।
  • বৰ্তমান আই চি ইউত চিকিৎসাধানী বিশিষ্ট কবিগৰাকী। 
জি এন আৰ চি