তীৰ্থনগৰী হাজোত পুনৰ চোৰৰ অতপালি

নিশা হাজোৰ কৈৱৰ্তটোলাৰ শ্ৰীশ্ৰী দামোদৰ দেৱ নামঘৰত চোৰে চলালে লুটপাত। নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা-সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
215
  • বুধবাৰে নিশা হাজোৰ কৈৱৰ্তটোলাৰ শ্ৰীশ্ৰী দামোদৰ দেৱ নামঘৰত চোৰে চলালে লুটপাত।
  • নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা-সামগ্ৰী।
  • সোণৰ অলংকাৰ, কাঁহ-পিতলৰ বাচন বৰ্তন লুটি নিলে চোৰে।
  • নামঘৰটোৰ প্ৰণামী বাকচৰ নগদ ধনো লুটি লৈ যায় চোৰে।
  • ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
  • উল্লেখ্য যে, হাজোত প্ৰতিদিনে সংঘটিত হৈ অহা চুৰিকাণ্ডই এতিয়া উদ্বিগ্ন কৰি তুলিছে হাজোবাসীক।
হাজো