অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ পুনৰ বৈঠক

অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ পুনৰ বৈঠক
  • অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ পুনৰ বৈঠক ।

  • সোণাৰিত অনুষ্ঠিত হৈছে দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক ।

  • চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে বৈঠক ।

  • অসম চৰকাৰৰ মন্ত্রী বিমল বড়া, যোগেন মহন বৈঠকত উপস্থিত ।

  • উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ।

  • অৰুণাচলৰ হৈ বৈঠকত অংশগ্রহণ মন্ত্রী হনচুম নাংডামৰ ।

  • কাণুবাৰীৰ বিধায়কো উপস্থিত আছে বৈঠকখনত ।

  • ইয়াৰ পূৰ্বে ২৬ আগষ্ট আৰু ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল বৈঠক ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in