/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/107a8df9-17ff-4c44-848f-fcf93f567ab0/111.jpg)
-
অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ পুনৰ বৈঠক ।
-
সোণাৰিত অনুষ্ঠিত হৈছে দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক ।
-
চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে বৈঠক ।
-
অসম চৰকাৰৰ মন্ত্রী বিমল বড়া, যোগেন মহন বৈঠকত উপস্থিত ।
-
উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ।
-
অৰুণাচলৰ হৈ বৈঠকত অংশগ্রহণ মন্ত্রী হনচুম নাংডামৰ ।
-
কাণুবাৰীৰ বিধায়কো উপস্থিত আছে বৈঠকখনত ।
-
ইয়াৰ পূৰ্বে ২৬ আগষ্ট আৰু ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল বৈঠক ।