মঙলবাৰে পুনৰ নগাঁৱত চলিব উচ্ছেদ

মঙলবাৰে পুনৰ নগাঁৱত চলিব উচ্ছেদ। ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫০ বিঘা চৰকাৰী ভূমিত চলিব এই উচ্ছেদ। প্ৰাকৃতিকভাৱে সৃষ্ট ১৫০ বিঘা ভূমিৰ এখন বিলক একাংশ লোকে পুখুৰীলৈ পৰ্যবসিত কৰিছিল।

author-image
Asomiya Pratidin
New Update
FGDFDFDF
  • মঙলবাৰে পুনৰ নগাঁৱত চলিব উচ্ছেদ
  • ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫০ বিঘা চৰকাৰী ভূমিত চলিব এই উচ্ছেদ 
  • প্ৰাকৃতিকভাৱে সৃষ্ট ১৫০ বিঘা ভূমিৰ এখন বিলক একাংশ লোকে পুখুৰীলৈ পৰ্যবসিত কৰিছিল

CaptureFDFDFDFDF

  • এই পুখুৰীসমূহ খান্দি জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান
  • চালনাবৰী, ভেৰভেৰী, টুকটুকী, আহোম গাঁও, কটহগুৰিত চলিব উচ্ছেদ
  •  ৰৌমাৰী বিল, মৈৰাধ্বজ আৰু মাগুৰমাৰীতো উচ্ছেদ চলাব প্ৰশাসনে
উচ্ছেদ উচ্ছেদ অভিযান