ব্রহ্মপুত্রৰ মাজত পুনৰ ফেৰীত অঘটন

নিমাতিঘাটৰ পৰা মাজুলী অফলামুখঘাট অভিমুখী আছিল ফেৰীখন। ফেৰীখনত যাত্রী আছে ৮৮জন, চাৰিচকীয়া তিনিখন, বাইক আছে ২৬খন।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • ব্রহ্মপুত্রৰ মাজত পুনৰ ফেৰীত অঘটন।
  • যাত্রবাহী প্রিয়ানুজ-১ নামৰ গুটিয়া ফেৰীত সোমাল পানী।
  • নিমাতিঘাটৰ পৰা মাজুলী অফলামুখঘাট অভিমুখী আছিল ফেৰীখন।
  • ফেৰীখনত যাত্রী আছে ৮৮জন, চাৰিচকীয়া তিনিখন, বাইক আছে ২৬খন।
  • ব্রহ্মপুত্রৰ মাজৰ চাপৰিত যাত্রীসকলক নমাই দিয়া হৈছে।
  • অফলামুখ ঘাটৰ পৰা উদ্ধাৰৰ বাবে SDRFৰ দল ৰাওনা।
যাত্ৰীবাহী ফেৰী