New Update
/asomiyapratidin/media/media_files/2025/08/19/reddy-2025-08-19-13-53-05.jpg)
- উপ ৰাষ্ট্রপতি পদৰ বাবে বিৰোধীৰ প্রাৰ্থীৰ নাম ঘোষণা।
- উপ ৰাষ্ট্রপতি পদৰ বাবে বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা।
- উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী ।
- পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়তো কাৰ্যনিৰ্বাহ কৰিছিল ৰেড্ডীয়ে।
- ২০০৫-০৭লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰেড্ডী।
- ২১ আগষ্টত মনোনয়ন দাখিল কৰিব বি সুদৰ্শন ৰেড্ডীয়ে।
- আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই।