/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e650154a-7bd8-4d7c-8fbf-b060a0613d35/pic_eimuhurtor_khobor_copy.jpg)
-
GMCHৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ মৃত্যু।
-
শনিবাৰে পুৱা হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ।
-
GMCHৰ মাইক্র’বায়’লজি বিভাগৰ ডেমনষ্ট্রেটৰ আছিল ডাঃ পাটোৱাৰী।
-
১০ মাহ ধৰি কৰ্কট ৰোগত আক্রান্ত হৈ আছিল ডাঃ পাটোৱাৰী।
-
মৃত্যুৰ সময়ত ডাঃ অনিন্দিতা পাটোৱাৰী বয়স আছিল ৩২ বছৰ।
-
মৃত্যুৰ সময়ত তেওঁ এৰি যায় স্বামী আৰু এটি পুত্র সন্তান।