New Update
/asomiyapratidin/media/media_files/2025/10/24/1-2025-10-24-09-00-58.jpg)
- অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ঘটনা
- ৰাজপথৰ ওপৰতে জ্বলি উঠিল এখন যাত্রীবাহী বাছ
- ঘটনাত অগ্নিদগ্ধ হৈ মৃত্যু বাছখনত থকা ১৫জনতকৈও অধিক লোকৰ
- এখন বাইকত খুন্দা মৰাৰ পিছতে বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত
- হায়দৰাবাদৰ পৰা বেংগালুৰুলৈ গৈ আছিল বাছখন
- বাছখনত আছিল মুঠ ৪০ গৰাকী যাত্ৰী
- ভয়ংকৰ ঘটনাটোত আহত আন বহুকেইজন
- আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে চিকিৎসালয়ত
- ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us