New Update
/asomiyapratidin/media/media_files/2025/08/18/118-2025-08-18-22-35-09.jpg)
- নগাঁৱৰ ৰূপকোঁৱৰ চ'কত অঘটন।
- চহৰখনৰ পদপথ ভাঙি নলাত সোমাল যুৱতী।
- অৱশ্যে যুৱতীগৰাকীক সোঁশৰীৰে উদ্ধাৰ কৰা হৈছে।
- সোমবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা।
- ঘটনাৰ দৃশ্য বিয়পি পৰাৰ পাছতে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি।
- বৰবজাৰৰ নিকটৱৰ্তী এলেকাত সংঘটিত হৈছে এই ঘটনা।
- পথপথ মেৰামতি নকৰাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ।