New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কেন্দ্রত অঘটন।
- কেন্দ্রটোত কৰ্তব্যৰত এজন আৰক্ষী কনিষ্টবলৰ আকস্মিক মৃত্যু।
- মৃত আৰক্ষী কনিষ্টবলজনৰ নাম শ্যামল চন্দ্র ৰায়।
- নিশা কৰ্তব্য পালন কৰি থকা অৱস্থাতে মৃত্যু কনিষ্টবলজনৰ।
- চাপৰ আৰক্ষী থানাত নিয়োজিত হৈ আছিল কনিষ্টবলজন।