New Update
/asomiyapratidin/media/media_files/2025/06/25/244-2025-06-25-23-19-38.jpg)
- নলবাৰীত চাঞ্চল্যকৰ ঘটনা।
- সদৰ থানাৰ ভিতৰতে অ'চিক প্রহাৰ গোচৰ সংক্রান্তত অহা যুৱকৰ।
- অ'চি প্রৱণ কলিতাক প্রহাৰ কৰে গৌৰৱ জগদীশ কলিতা নামৰ যুৱকজনে।
- ন্যায়ালয়ত চলি থকা এক গোচৰ ভংগ সন্দৰ্ভত আহিছিল পিতৃ-পুত্র।
- আক্রমণকাৰী গৌৰৱ জগদীশ কলিতাক গ্রেপ্তাৰ কৰে।
- পিতৃ জগদীশ কলিতাক আটক কৰি সোধা-পোছা অব্যাহত আৰক্ষীৰ।