ভূমিকম্পই জোকাৰি গ’ল ৰাজধানী চহৰ নতুন দিল্লীক

প্ৰবল ভূমিকম্পই জোকাৰি গ’ল ৰাজধানী চহৰ নতুন দিল্লীক । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৫।

author-image
Asomiya Pratidin
New Update
366
  • প্ৰবল ভূমিকম্পই জোকাৰি গ’ল ৰাজধানী চহৰ নতুন দিল্লীক।
  • ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৫।
  • বৃহস্পতিবাৰে পুৱা ৯ বাজি ০৪মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
  • ভূমিকম্পৰ জোকাৰণিত আতংকিত হৈ পৰে গুৰগাঁও, দিল্লী, নয়দাৰ জনতা।
  • চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
  • অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই।
  • ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল হাৰিয়ানা।
ভূমিকম্প