New Update
/asomiyapratidin/media/media_files/2025/08/27/196-2025-08-27-23-14-07.jpg)
- যোৰাবাটৰ ১০ মাইলত কৃত্রিম বানত উটি এজন লোকৰ মৃত্যু।
- এন আৰ এল পেট্র’ল পাম্পৰ সমীপৰ নলাত উদ্ধাৰ লোকজনৰ মৃতদেহ।
- মৃতদেহটো হাতীগড়ৰ দুৰ্গা শৰ্মা নামৰ লোকজনৰ।
- পানীৰ সোঁতত উটি আহি নলাৰ শিলত আবদ্ধ হৈ আছিল মৃতদেহটো।
- স্থানীয় ৰাইজে মৃতদেহ উদ্ধাৰ কৰি GMCHলৈ প্রেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us