বিশ্বনাথত আটক হ'ল ৩ আমছুৰ নেতা

বিশ্বনাথত আটক হ'ল ৩ আমছুৰ নেতা।  শনিবাৰে নিশা প্ৰায় ১২ মান বজাত বিশ্বনাথ জিলা আমছুৰ সভাপতি হুছেইন ছিকদাৰ, আমছুৰ সহকাৰী সাধাৰণ সম্পাদক ফকিৰ আলি, বিহালী আমছু কৰ্মী আব্দুল বাৰেকক বিশ্বনাথ আৰক্ষীয়ে আটক কৰে।

author-image
Asomiya Pratidin
New Update
GHDFGDYDFRTES7DSDSOI

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত আটক হ'ল ৩ আমছুৰ নেতা। শনিবাৰে নিশা প্ৰায় ১২ মান বজাত বিশ্বনাথ জিলা আমছুৰ সভাপতি হুছেইন ছিকদাৰ, আমছুৰ সহকাৰী সাধাৰণ সম্পাদক ফকিৰ আলি, বিহালী আমছু কৰ্মী আব্দুল বাৰেকক বিশ্বনাথ আৰক্ষীয়ে আটক কৰে।

WhatsApp Image 2025-12-28 at 10.00.16 AM

বিশ্বনাথ চাৰিআলিৰ পৰাই আমছুৰ ৩ নেতাক আটক কৰে আৰক্ষীয়ে।

WhatsApp Image 2025-12-28 at 10.00.17 AM

সম্প্ৰতি আটকাধীন তিনি আমাছু নেতাক বিহালী থানাত ৰখা হৈছে৷ বিহালী বাঘমাৰী বেদখলকৃত পিজিআৰ ভিজিআৰ ভূমি উচ্ছেদ সমন্ধীয় বিষয়কলৈ ৩ নেতাক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। 

WhatsApp Image 2025-12-28 at 10.00.17 AM (1)

বিশ্বনাথ