মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান asomiyapratidin 29 Dec 2019 17:20 IST Follow UsNew Updateবলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান।ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰদান কৰিলে এই সন্মান।দেওবাৰে দিল্লীত প্ৰদান কৰা হয় দাদা চাহেব ফাল্কে বঁটা।এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট লোক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক