New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/amit-shah-1.jpg)
- দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
- ৯ এপ্ৰিলত অসমত উপস্থিত হ'ব অমিত শ্বাহ।
- দক্ষিণ শালমৰা, তামুলপুৰ আৰু গুৱাহাটীৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
- কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ বাবে ৰাজ্য চৰকাৰে ৩ গৰাকী আই এ এছ আৰু আই পি এছ বিষয়াক নডেল বিষয়া হিচাপে নিয়োগ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us