New Update
/asomiyapratidin/media/media_files/2025/03/15/dBUefZof7mFeQqj6CZ2H.jpg)
- তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত গৃহমন্ত্রী অমিত শ্বাহ
- আজি দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব গৃহমন্ত্রীগৰাকীৰ কাৰ্যসূচী
- ১১.০৫ বজাত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন
- উদ্বোধন কৰিব পুলিচ একাডেমিৰ নৱনিৰ্মিত প্রশাসনিক ভৱন
- ১১.৪০ বজাত লাচিত বৰফুকন পুলিচ একাডেমীৰ ৰাজহুৱা সভা
- দিনৰ ১২.৩৫ বজাত হেলিকপ্টাৰযোগে যোৰহাটৰ বিমান বন্দৰলৈ ৰাওনা
- যোৰহাটৰ পৰা মিজোৰামলৈ উৰা মাৰিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী
- মিজোৰামৰ পৰা আহি কইনাধৰাত নিশা কটাব গৃহমন্ত্ৰীগৰাকীয়ে
- ১৬ মার্চত এবছুৰ অধিৱেশনত অংশগ্রহণ কৰিব অমিত শ্বাহে
- একে দিনাই হোটেল ৰেডিছন ব্লুত উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক
- ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগৰ সন্দৰ্ভত হ’ব আলোচনা
- বৈঠকৰ পিছতে দিল্লীলৈ ৰাওনা হ’ব গৃহমন্ত্ৰী গৰাকী