মুখ্য-পৃষ্ঠা অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহত তীৰ্থযাত্ৰী অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহত তীৰ্থযাত্ৰী asomiyapratidin 08 Jul 2022 19:16 IST Follow UsNew Updateঅমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ।ইয়াৰ ফলত নিহত হয় ৫ তীৰ্থ যাত্ৰী।নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত সংঘটিত হয় এই ঘটনা।বৰ্তমান চলি আছে উদ্ধাৰ অভিযান।উল্লেখ্য় যে ৩০ জুনৰ পৰা আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা। Jammu Kashmir dead cloud burst Amarnathআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক