New Update
/asomiyapratidin/media/media_files/2025/06/25/lalj-2025-06-25-09-16-13.jpg)
- পুনৰ আৰ জে ডিৰ ৰাষ্ট্ৰীয় সভাপতি পদত লালু প্ৰসাদ যাদৱ।
- বিনা প্ৰতিন্দন্দ্বিতাৰে পুনৰ সভাপতি পদত বহিল লালু প্ৰসাদ।
- অহা ৫জুলাই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰাৰ লগতে দায়িত্ব গ্ৰহণ কৰিব বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে।
- ইফালে লালু প্ৰসাদ পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাক লৈ এন ডি এৰ কটাক্ষ
- এটা পৰিয়ালৰ মাজতে আৰ জে ডিক সীমাৱদ্ধ কৰি ৰাখিব খুজিছে বুলি কটাক্ষ এন ডি এৰ।