New Update
/asomiyapratidin/media/media_files/2025/05/09/9YUJdwMlK6j1dLrebJ6N.jpg)
- সকলো শিক্ষানুষ্ঠানৰ বন্ধৰ জৰুৰী ঘোষণা।
- শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা প্ৰশাসনৰ।
- দিল্লী আৰু পাঞ্জাৱৰ চৰকাৰে প্ৰেৰণ কৰিছে এই নিৰ্দেশ।
- দিল্লীত বিশেষভাৱে সৰ্তকতা জাৰি।
- ইণ্ডিয়া গেটৰ পৰা আঁতৰাই পঠোৱা হৈছে সকলো লোকক।
- মাজৰাতি পাঞ্জাৱ চৰকাৰেও জাৰি কৰিলে জৰুৰী নিৰ্দেশ।
- পৰিস্থিতি উন্নত নোহোৱালৈকে বন্ধ থাকিব ৰাজ্যখনৰ সকলো শিক্ষানু্ষ্ঠান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us