/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fc314d7b-3ca8-4145-9979-76f7f0161338/HAWKER_1.jpg)
HAWKERS
ডিজিটেল ডেস্কঃ দুটাকৈ বছৰ কোভিডৰ বাবে সৰ্বসধাৰণে মুকলি মনেৰে দুৰ্গা পূজা উপভোগৰ পৰা বঞ্চিত হোৱাৰ পিছত এইবাৰ কোনো ধৰণৰ বাধা বিহীন ভাৱে সৰ্বসাধাৰণে উপভোগ কৰিব দুৰ্গা পূজা। শাৰদীয় দুৰ্গোৎসৱৰ এই শুভক্ষণত সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থাই অসমবাসী ৰাইজলৈ শাৰদীয় উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
সদৌ অসম বাতৰি কাকত হকাৰ সন্থাৰ সম্পাদক ব্ৰজেন বৰ্মনৰ স্বাক্ষৰ সম্বলিত এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছে যে, দুবৰৰ বিৰতিৰ পিছত মুক্তবাৱে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ আৰু উদ্দিপনাৰে ভক্তপ্ৰাণ অসমবাসী ৰাইজ, সংবাদ কৰ্মী আৰু সমূহ বাতৰি কাকত হকাৰক সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থাৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ হিয়াভৰা শুভেচ্ছা জনালো।