পুনৰ আছুৱে নদীবান্ধৰ বিৰুদ্ধে কৰিব ৰাজ্যজুৰি প্ৰতিবাদঃ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ...

মাধ্যম বিতৰ্ক সন্দৰ্ভতো লোৱা হৈছে বিশেষ সিদ্ধান্ত..

author-image
Asomiya Pratidin
New Update
পুনৰ আছুৱে নদীবান্ধৰ বিৰুদ্ধে কৰিব ৰাজ্যজুৰি প্ৰতিবাদঃ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ...

aasu

  • নদীবান্ধৰ বিৰুদ্ধে পুনৰ আন্দোলন ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ।

  • ৩০ ছেপ্টেম্বৰত আছুৱে গ্ৰহণ কৰিছে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী।

  • ১৫ অক্টোবৰত ৰূপায়ণ কৰিব বিক্ষোভ কাৰ্যসূচী।

  • NHPCৰ বিৰুদ্ধে গেৰুকামুখতো আছুৱে কৰিব প্রতিবাদ।

  • বিশেষজ্ঞ কমিটীৰ প্রতিবেদন উলংঘা কৰি বান্ধ নিৰ্মাণ NHPC কৰ্তৃপক্ষৰ।

  • বৃহৎ নদীবান্ধৰ কাম বন্ধ ৰাখিবলৈ দাবী সংগঠনটোৰ।

  • সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

  • ইয়াৰ উপৰিও সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হৈছে আন আন বহু সিদ্ধান্ত।

  • মাধ্যম বিতৰ্ক সন্দৰ্ভতো আলোচনা কৰা হৈছে কাৰ্যনিৰ্বাহক সভাত।

  • নদীবান্ধ আৰু চৰকাৰে কৰৰ বোজা জাপি দিয়া সন্দৰ্ভতো আলোচনা সভাত।

nhpc aasu